শীৰ্ষৰাষ্ট্ৰীয়

পলিটিকেল বতৰ বিজ্ঞানীৰ ৰূপত ৰাহুল,দিলে গুজৰাটৰ আগলি বতৰা

নিউজ ডেস্ক,প্ৰথম খবৰ: ৰাহুল গান্ধীয়ে আজি নৰেন্দ্ৰ মোডীৰ গুজৰাট যাত্রাক লৈ ৰগৰ কৰি টুইটাৰযোগে গুজৰাটৰ আগলি বতৰা জনায়| তেওঁ লিখে–‘নিৰ্বাচনৰ পূৰ্বে গুজৰাটত আজি হ’ব প্ৰতিশ্ৰুতিৰ বৰষুন|’
গুজৰাটত এইবছৰৰ শেষত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনক লৈ বিজেপিয়ে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে প্ৰচাৰৰ দিশত|
উল্লেখ্য যে বিজেপিয়ে মহাত্মা গান্ধীৰ জন্মদিনত ‘গুজৰাট গৌৰৱ যাত্রা’ৰ শুভাৰম্ভ কৰিছিল আৰু আজি এই ‘গুজৰাট গৌৰৱ যাত্রা’ৰ সামৰণিৰ মহাসন্মিলন সমাৰোহ|

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close