অসম

“পুৰণিগুদাম ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ

পুৰণিগুদামৰপৰা দিব্যজ্যোতি ভূঞা, প্ৰথম খবৰ: নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ উচ্চ শিক্ষানুষ্ঠান পুৰণিগুদাম ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় কালিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুস্থিত সোণালী জয়ন্তী সমাৰোহৰ আজি দিনৰ এঘাৰ বজাৰ পৰা অনুষ্ঠিত হৈছে জনপ্ৰিয় বক্তৃতানুষ্ঠান আৰু গ্ৰন্থ উন্মোচন অনুষ্ঠান৷মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভূপেন শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত বক্তৃতানুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে বিশিষ্ট সাংবাদিক তথা প্ৰাগ নিউজ চেনেলৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাই৷উক্ত অনুষ্ঠানত বহুকেইজন বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে৷

Related Articles

Leave a Reply

Close