অসম

পূৰ্ণস্বায়ত্ব শাসন-দ্বিনাগৰিকত্বৰ দাবীত লখিমপুৰত জোঁৰ সমদল

প্ৰথম খবৰ, লখিমপুৰঃ পূৰ্ণস্বায়ত্ব শাসন, দ্বি-নাগৰিকত্বৰ লগতে সম্পদৰ ওপৰত অধিকাৰ সাব্যস্তৰ দাবীত আজি লখিমপুৰতো অসম জাতীয়তাবাদী যুৱ পৰিষদে জোৰ সমদল কৰি কেন্দ্ৰৰ বঞ্চনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আজি সন্ধিয়া ৬ বজাত লখিমপুৰ জিলা সমিতিৰ কাৰ্যালয়ৰ পৰা উলিওৱা জোৰ সমদলত নাৰায়ণপুৰ, বিহপুৰীয়া, লালুক, ফুলবাৰী, নাওবৈছা, লখিমপুৰ, ঢকুৱাখনাকে ধৰি বিভিন্ন আঞ্চলিক সমিতিৰ পাঁচ শতাধিক যুৱ পৰিষদৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close