শেহতীয়া
Home / সাহিত্য / কবিতা / প্ৰথম খবৰ’ৰ কবিতাৰ সন্ধান প্ৰতিযোগিতা

প্ৰথম খবৰ’ৰ কবিতাৰ সন্ধান প্ৰতিযোগিতা

‘প্ৰথম খবৰ’ৰ অভিনৱ আয়োজন ‘কবিতাৰ সন্ধান’ প্ৰতিযোগিতা| কবিতাৰ সন্ধানৰ আপুনিও অংশীদাৰ হব পাৰে| ই মাথো এক প্ৰতিযোগিতা নহয়,আমাৰ মনৰ সুপ্ত প্ৰতিভা বিকাশৰ এক পথৰ সন্ধান ‘কবিতাৰ সন্ধান’|

‘কবিতাৰ সন্ধান’ প্ৰতিযোগিতাত যোগদান কৰিবলৈ সকলো বয়সৰ কবিয়ে নিজে লিখা দুটা কবিতা জমা দিব লাগিব| বিশেষ বিচাৰকৰ বাচনিত উঠিব এশটা কবিতা,শ্ৰেষ্ঠ তিনি গৰাকীলৈ গুৱাহাটীত আয়োজিত হবলগীয়া এক অনুষ্ঠানত পুৰস্কাৰ,সন্মান প্ৰদান কৰা হ’ব|

কবিতা পঠিওৱা অন্তিম সময় অক্টোৱৰ মাহৰ ৩১ তাৰিখ|
গতিকে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে শীঘ্ৰে দুটা লিখিত কবিতা,নিজৰ সম্পূৰ্ণ ঠিকনা, ফটোসহ প্ৰেৰণ কৰক ‘প্ৰথম খবৰ’ৰ হোৱাটছ এপ নম্বৰ অথবা ই-মেইলত| ই-মেইল আই ডি—jonmoni@prathamkhabar.com
হোৱাটছ এপ নম্বৰ—৭০০২৩১০৮৮8

Leave a Reply

Your email address will not be published. Required fields are marked *

*