অসম

ফকিৰাগ্ৰামত এবিএমছুৰ ১২ ঘণ্টা বিটিএডি বন্ধৰ ব্যাপক প্ৰভাৱ

প্ৰথম খবৰ, ফকিৰাগ্ৰাম: এবিএমছুৰ সভাপতি লাফিকুলৰ হত্যাকাৰীক আজি পৰ্য্যন্ত আটক কৰিব নোৱাৰাৰ প্ৰতিবাদত এবিএমছুই আজি পুৱা ৫ বজাৰ পৰা সন্ধিযা ৫ বজালৈ ১২ আহ্বান জনোৱা বিটিএডি বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে কোকোৰাঝাৰ জিলাৰ  ফকিৰাগ্ৰাম, চিথলা, শক্তিআশ্ৰাম আদি অঞ্চলত আৰু ফকিৰাগ্ৰামত চৰকাৰী ব্যৱসায়িক প্ৰতিষ্ঠান ৰূপে বন্ধ কৰি ৰখা দেখা পোৱা গৈছে। লগতে ব্যৱসায়িক বাহনসমুহো চলাচল সম্পূৰ্ণৰূপে বন্ধ ৰাখিছে।

Related Articles

Leave a Reply

Close