শেহতীয়া
Home / অসম / বাৰেৰহণীয়া টাৱাং মহোৎসৱ

বাৰেৰহণীয়া টাৱাং মহোৎসৱ

নিউজ ডেস্ক,প্ৰথম খবৰ: সূৰ্যোদয় দেশত প্ৰকৃতিৰ বাৰেবৰণীয়া মেলা। বৃস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা টাৱাং মহোৎসৱৰ শুভ উদ্বোধন কৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে।মনোমোহা পৰিৱেশেৰে সজাই তোলা হৈছে প্ৰকৃতিৰ এই ৰম্যভূমিক। জনগোষ্টীয় নৃত্য কলা আৰু টাৱাঙৰ ৰম্য পৰ্যটকৰ বাবে আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দ্যেশেৰে আয়োজন কৰা হৈছে এই সংস্কৃতিৰ মেলা।

Leave a Reply

Your email address will not be published. Required fields are marked *

*