শেহতীয়া
Home / অসম / বিশ্ববাসীৰ আগত লজ্জিত হ’ল অসম, টুইটাৰ যোগে দুখ প্ৰকাশ হিমন্ত বিশ্বশৰ্মাৰ

বিশ্ববাসীৰ আগত লজ্জিত হ’ল অসম, টুইটাৰ যোগে দুখ প্ৰকাশ হিমন্ত বিশ্বশৰ্মাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: কালি বৰ্ষাপাৰাত অনুষ্ঠিত টি-২০ মেছৰ পাছতেই হোটেললৈ যোৱাৰ পথত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৰ বাছলৈ লক্ষ কৰি একাংশ উদণ্ড দৰ্শকে শিলগুটি নিক্ষেপ কৰা ঘটনাক লৈ সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি হৈছে। শিলাবৰ্ষণত চূৰ্ণবিচূৰ্ণ হয় বাছখনৰ খিৰিকি।

ঘটনাৰ পাছতেই সমগ্ৰ ঘটনাৰ বুজ লয় হীৰেণ নাথে। আৰক্ষীয়ে আক্ৰমণৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছে। তদুপৰি সামান্য ঘটনা বুলি মন্তব্য কৰিছে হীৰেণ নাথে। অন্যহাতে, ডাঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে অসমৰ দৰ্শকৰ এনে ব্যৱহাৰ সমৰ্থনযোগ্য নহয় বুলি দুখ প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*