অসম

বৰকান্দাত ভয়াৱহ পথ দুৰ্ঘটনা

প্ৰথম খবৰ, ধুবুৰী: আজি দিনৰ ১২ বজাত ধুবুৰী ৩১নং ঘাইপথৰ বৰকান্দা অঞ্চলত এখন যাত্ৰী বাহী বাছ আৰু বাইকৰ মাজত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দূৰ্ভাগ্যবশত বাইকত থকা ব্যক্তি তিনিজনৰ থিতাতে মৃত্যু সংঘটিত হয়। উল্লেখনীয় যে, বাইকত থকা তিনিজনৰ ঘৰ উচৰৰে কলাবাৰী, বৰকান্দা অঞ্চলৰ হয়।

Related Articles

Leave a Reply

Close