অসম

বৰপেটাত শিশু চলচ্চিত্ৰ মহোৎসৱ

বৰপেটাৰ পৰা ছফিক আহমেদ, প্ৰথম খবৰ: পোন প্ৰথমবাৰৰ বাবে বৰপেটাত অনুষ্ঠিত হ’ব শিশু চলচ্চিত্ৰ মহোৎসৱৰ। অহা ১৩, ১৪, ১৫ অক্টোবৰত বৰপেটা জিলা পুঠিভড়ালত অনুষ্ঠিত হ’ব এই অনুষ্ঠানৰ। জিলা প্ৰশাসন তথা আইদেউ টকিজৰ সহযোগিতাত অনুষ্ঠিত হ’ব লগা এই শিশু চলচ্চিত্ৰ মহোৎসৱত সহায়ক হিচাপে আছে ছ’চিয়েল হেল্থ ডেভেলপমেন্ট চচাইটি, হাব আৰ্ট চেণ্টাৰ, আৰু নিউজ৭ বৰপেটায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close