অসমশীৰ্ষ

বৰপেটা ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ আই,চি,ইউত মৃত্যু ৮ নৱজাতকৰ

বৰপেটাৰ পৰা বিশেষ প্ৰতিবেদক, প্ৰথম খবৰ: এক মৰ্মান্তিক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে বৰপেটা মেডিকেল কলেজত। ৮ টাকৈ নৱজাতকে আকোঁৱালি ল’লে কৰুণ মৃত্যু।
অভিভাৱকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।
কি কাৰণত সংঘটিত হ’ব পালে এই ঘটনা এতিয়ালৈকে স্পষ্ট হোৱা নাই। এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে চিকিৎসা মহাবিদ্যালয় চৌহদত।
আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই ৰাইজক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close