অসমশীৰ্ষ

বৰপেটা মেডিকেল কলেজত জুই

প্ৰথম খবৰ, বৰপেটা: বৰপেটা মেডিকেল কলেজৰ প্ৰথম মহলাত আজি পুৱাতে সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। হাস্পতালখনৰ SNCU কক্ষত এই অগ্নিকাণ্ড। কক্ষটোত আছিল মুঠ ১৬টি নৱজাতক। ৩য় মহলাৰ ICUলৈ স্থানান্তৰ শিশুকেইটিক। কক্ষটোত থকা সকলো নৱজাতক সুৰক্ষিত। ৱাল ফেনত শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড। হাস্পতাল কৰ্তৃপক্ষই নিৰ্বাপন কৰে জুই।

Related Articles

Leave a Reply

Close