অসম

বৰহাটত পশু চিকিৎসালয় উদ্বোধন

প্ৰথম খবৰ, বৰহাট: চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত বৰহাটত আজি সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈয়ে পশু চিকিৎসালয়ৰ নৱ নিৰ্মিত গৃহটো উদ্বোধন কৰে। মুঠ ৬১ লাখ টকাৰে নিৰ্মিত গৃহ কেইটা শুভ উদ্বোধন কৰি জৰাজীৰ্ণ চিকিৎসালয়খনলৈ পৰিৱৰ্তন অনা হ’ব বুলি কয়।

Related Articles

Leave a Reply

Close