অসম

বৰহাটত বিশাল গণ সমাৱেশ 

প্ৰথম খবৰ,বৰহাট: চৰাইদেউ জিলাৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ যৌথ উদ্যোগত আৰু বৃহত্তৰ বৰহাটবাসী ৰাইজৰ সহযোগত খিলঞ্জীয়া অসমীয়া অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত আজি বৰহাট ক্লাৱ খেলপথাৰ মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত আজি এখন বিশাল গণ সমাবেশৰ আয়োজন কৰা হৈছে। সমাৱেশত বহুকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনৰ কেন্দ্রীয় নেতৃত্বৰ লগতে আলফা নেতা জীতেন দত্ত,অনুপ চেতিয়াই অংশগহণ কৰে।

Related Articles

Leave a Reply

Close