অসম

ভাৰতৰত্ন ডঃ এ পি জে আব্দুল কালামৰ ৮৬ তম জন্ম দিৱস

প্ৰথম খবৰ, কলিয়াবৰ: কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত তেজপুৰ বিশ্ববিদ্যালয় আৰু ইনভেটিভ মাইণ্ড অব কলিয়াবৰ (INnovative mind of Kaliabo GBr)ৰ সহযোগত কলিয়াবৰৰ আমনিস্থিত এচ. আই. পি. আৰ. ডি. প্ৰেক্ষাগৃহত আজি প্ৰয়াত ৰাষ্ট্ৰপতি ভাৰতৰত্ন ডঃ এ পি জে আব্দুল কালামৰ ৮৬ তম জন্ম দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। জন্ম দিৱসৰ লগত ৰজিতা খুৱাই কলিয়াবৰ মহকুমাৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে অনুষ্ঠিত কৰ্মশালাত তেজপুৰ বিশ্ববিদ্যালয়ৰ কেইবাগৰাকী সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close