Home / অসম / মংগলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ স্নিগ্ধাৰাগৰ বাবে সাহাৰ্য্য সংগ্ৰহ

মংগলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ স্নিগ্ধাৰাগৰ বাবে সাহাৰ্য্য সংগ্ৰহ

প্ৰথম খবৰ, মংগলদৈ /দেওমৰনৈ: দৰং জিলাৰ মংগলদৈ মহাবিদ্যালয়ৰ নৱ-নিৰ্বাচিত ছাত্র একতা সভাৰ উদ্যোগত তথা সমূহ ছাত্র-ছাত্রীৰ সহযোগত স্নিগ্ধৰাগৰ হৈ সাহাৰ্য সংগ্রহ কৰে। প্রাক্তন সা:সম্পাদক হৃদয়ানন্দ ডেকা, বৰ্তমানৰ সা: সম্পাদক কৌস্তভমনি চহৰীয়া, সভাপতি বিশ্বজিৎ বৰুৱাৰ লগতে সমূহ ছাত্র-ছাত্রীয়ে আগভাগ লয়। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সাহাৰ্য্য আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*