অসম

মহাৰাণাৰ ছেমি ফাইনেলত প্ৰৱেশ

চেঙাৰ পৰা মইদুল ইছলাম, প্ৰথম খবৰ: মহাৰাণা এ চিয়ে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বামুণবড়ীত বামুণবড়ী-মূলাঘাটা মিলন সংঘৰ উদ্যোগত চলি থকা আমন্ত্ৰণমূলক শ্বহীদ সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত তীব্ৰ উত্তেজনাপূৰ্ণ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল মেচত মহাৰাণা এ চিয়ে বাক্সাৰ বৰিমাখা ছানথাই স্পোৰ্টছ ক্লাবক ৩-১ গলত পৰাস্ত কৰি দ্বিতীয়টো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

Related Articles

Leave a Reply

Close