অসম

মাহমৰা কোৱঁৰ গাঁও পথাৰত বিধায়ক যোগেন মহন

মৰাণৰ পৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: কাতি বিহু উপলক্ষে মাহমৰা কোৱঁৰ গাঁও পথাৰত আজি মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক যোগেন মহন ৰাইজৰ সৈতে ধান চাবলৈ যায় লগতে পথাৰত সমূহীয়াভাৱে বন্তি প্রজ্বলন কৰে। উল্লেখযোগ্য যে শাওনৰ শাওঁৰী অনুষ্ঠানত সেই পথাৰখনতে অসমৰ মাননীয় মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে পথাৰত ভুই ৰোইছিল। এতিয়া পথাৰত ধানে ঠোঁক মেলিছে।

 

Related Articles

Leave a Reply

Close