অসম

মাৰ্ঘেৰিটাত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, মাৰ্ঘেৰিটা: বুঢ়ীদিহিং নদীত উটি অহা দুটা মৃতদেহ প্ৰত্যক্ষ স্থানীয় ৰাইজৰ। তাৰে এটা মৃতদেহ মাৰ্ঘেৰিটাৰ বজাৰস্থিত নদীৰ মধ্যত থকা বালি চাপৰিত লাগি ৰুদ্ধ হৈছে গতি। মৃতদেহটো পুৰুষৰ বুলি নিশ্চিত। লিডু ফালৰ পৰা উটি আহিছিল মৃতদেহটো।

Related Articles

Leave a Reply

Close