অসম

মাৰ্ঘেৰিটাৰ থাৰ্মেল তিনি আলিত ভয়ংকৰ দুৰ্ঘটনা

মাৰ্ঘেৰিটাৰ পৰা ৰাণাজ্যেতি নেওগ, প্ৰথম খবৰ:  এ এচ 23 এ চি 6817 নম্বৰৰ শিল ভৰ্ত্তি ডাম্পাৰ এখনে মহটিয়াই নিলে চনু কুণ্ডু নামৰ ৩৫ বছৰীয়া পথচাৰী এজনক। অতি শোকাৱহভাৱে ঘটনাস্থলীতে মৃত্যু ব্যক্তিজনৰ ।

Related Articles

Leave a Reply

Close