অসম

মিছন ইন্দ্ৰধনুশৰ শুভাৰম্ভ স্বাস্থ্যমন্ত্ৰীৰ

প্ৰথম খবৰ, গুৱাহাটীঃ ৰাজ্যৰ স্ৱাস্থ্য খণ্ডলৈ নতুন দিগন্তৰ সূচনাৰ লক্ষ্যৰে শুভ উদ্ৱোধন কৰা হল মিছন ইন্দ্ৰধনুশৰ। মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰীহাস্পতালত মিছন ইন্দ্ৰধনুশ উদ্ৱোধন কৰে স্ৱাস্থ্যমন্ত্ৰী হিমন্তবিশ্ৱ শৰ্মাই।সমগ্ৰ ভাৰততে চলিবলগীয়া এই আঁচনিৰ উদ্ৱোধনী অনুষ্ঠানত উপস্থিত থাকে স্ৱাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিবৰ লগতে মহানগৰ উপায়ুক্ত এম অংগমুথু।

Related Articles

Leave a Reply

Close