অসম

মুৰফুলনিত বলেৰ’-ট্ৰেকাৰৰ মুখামুখি সংঘৰ্ষ

প্ৰথম খবৰ, মুৰফুলনি: গোলাঘাট জিলাৰ মুৰফুলনিৰ দৈগ্ৰোং নদীৰ দলঙৰ সমীপত সন্ধ্যা 7 মান বজাত সংঘটিত হয় এক দুৰ্ঘটনা। বলেৰ’ আৰু ট্ৰেকাৰৰ মুখামুখি সংঘৰ্ষত আহত হয় এগৰাকী মহিলা। ইয়াৰ লগতে বলেৰ’ৰ চালক-হেণ্ডিমেনক উত্তম মধ্যম শুধাই স্থানীয় ৰাইজে। পাছত ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ আহত কেইগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰায় বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close