অসম

মৰাণত সজাগতা সভা

মৰাণৰ পৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: অসমৰ ৰাইজৰ বাবে অসম চৰকাৰৰ এক অভিলাষী স্বাস্থ্য নিশ্চয়তা প্ৰদান আচঁনি মাহমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়ত অঞ্চলত অহা ৬ অক্টোবৰ ২০১৭ তাৰিখৰ পৰা দৰিদ্র সীমাৰেখাৰ তলৰ হিতাধিকাৰীৰ মাজত প্ৰদান কৰিবলগা অটল অমৃত অভিযান আচঁনিৰ স্মাৰ্ট কাৰ্ডৰ সম্পৰ্কত এখন সজাগতা সভা আজি দিচাংপানীত থকা উন্নয়ন খণ্ড প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। সজাগতা সভাত মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক যোগেন মহন অংশগ্ৰহণ কৰি আচনিঁ খনৰ ওপৰত বক্তৱ্য ৰাখে ।

Related Articles

Leave a Reply

Close