অসম

লহৰে চাপৰিত দুই কুখ্যাত গঁড় চিকাৰী আটক

প্ৰথম খবৰ, বোকাখাত: দীপাৱলীৰ শুভক্ষণত লহৰে চাপৰিত দুই কুখ্যাত গঁড় চিকাৰী আটক। আজি পুৱাভাগত বোকাখাতৰ লহৰে চাপৰিত বন বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযানত AK 56. ৰাইফল সহ মনিপুৰৰ জোছেফ হাংগাল আৰু গহপুৰৰ দিপেন পেগু নামৰ চোৰাংচিকাৰী দুটা।

দেৱালীৰ ফটকাৰ শব্দৰ সুযোগতে গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল চিকাৰী দুজনে। লহৰে চাপৰিৰ স্থানীয় লোকৰ সহযোগত কুখ্যাত চিকাৰী দুটাক আটক কৰিবলৈ সক্ষম হ’ল আৰক্ষী প্ৰশাসনে ।

 

Related Articles

Leave a Reply

Close