অসম

লামডিঙত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, লামডিং: আজি সন্ধিয়া লংকা-লামডিং মাজত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হয়।
দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী। এখন নম্বৰ প্লেট বিহীন বাইকত দুৰ্ঘটনাগ্ৰস্থ হৈ মৃত্যু দুই বাইক আৰোহী। অচিনাক্ত বাহনে খুন্দিয়াই থৈ যোৱাৰ সন্দেহ ৰাইজৰ।
লংকাৰ পৰা লামডিং অভিমুখে গৈ আছিল যুৱক দুজন। যুৱক দুজন হৈছে লামডিং পটো পাথৰৰ অৰ্জুন ঘোষ আৰু গোপাল মাজুমদাৰ। দুয়ো জন লামডিঙৰ খ্ৰীষ্টানবস্তিৰ নিবাসী।

Related Articles

Leave a Reply

Close