অসম

লামডিঙত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ

প্ৰথম খবৰ, লামডিং: লামডিং ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ৷  লামডিং জিআৰপিৰ অভিযানত উদ্ধাৰ কৰে নিষিদ্ধ ১৮ কেজি গাঞ্জাখিনি৷ নামনিমুৱা আগৰতলা-দিল্লী ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছ ৰে’লখনৰ পৰা জব্দ কৰিছে গাঞ্জাখিনি ৷

Related Articles

Leave a Reply

Close