অসম

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু,যুৱ আৰু আইমাতৃ সমাৰোহৰ লাইখুটা স্থাপন

নিউজ ডেস্ক,প্ৰথম খবৰ: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৪ সংখ্যক কেন্দ্ৰীয় শিশু,যুৱ আৰু আইমাতৃ সমাৰোহৰ আজি লাইখুটা স্থাপন কৰা হয় তাৰিণীবালা পাঠক আইক্ষেত্র,ৰূপনগৰ,গুৱাহাটীত| বহু সংখ্যক ভকতৰ উপস্থিতিত লাইখুটা স্থাপন কৰে শংকৰ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই| লগতে উপস্থিত থাকে গুৱাহাটী পূৱ বিধানসভা সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য,শংকৰ সংঘৰ প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰা,ট্ৰাষ্ট সমিতিৰ সভাপতি বাবুল বৰাকে প্ৰমুখ্য কৰি শংকৰ সংঘৰ বিষয়ববীয়া আৰু ভক্তপ্ৰাণ ৰাইজ|

Related Articles

Leave a Reply

Close