অসমশীৰ্ষ

সমগ্ৰ অসমৰ লগতে নগাঁৱতো গুণোৎসৱৰ তৎপৰতা, বিধায়িকা অাঙুৰলতা ডেকাই এই গুণোৎসৱত ভাগ ল’লে ব্যতিক্ৰমী ৰূপত

প্ৰথম খবৰ, জাজৰি: গুণোত্‍সৱ চলিছে।বিদ্যালয়লৈ ওলাইছে মন্ত্ৰী-বিধায়ক আৰু আমোলা-বিষয়া। তেওঁলোকৰ মাজতেই গুণোত্‍সৱত ভাগ লৈ দৃষ্টি আকৰ্ষণ কৰিলে বিধায়িকা আঙুৰলতা ডেকাই।

গৃহ সমষ্টিৰ বিদ্যালয়ত মধ্যাহ্ন ভোজন ৰান্ধিলে বিধায়িকাগৰাকীয়ে। শিক্ষয়ত্ৰীৰ ৰূপতো অংশ ল’লে বিধায়িকা গৰাকীয়ে। বটদ্ৰবা সমষ্টিৰ প্ৰায় কেইখন বিদ্যালয় পৰিদৰ্শন কৰিলে অাঙুৰলতা ডেকাই। লগতে শিক্ষানুষ্ঠানসমূহৰো অৱস্থাৰ বিষয়ে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত অালোচনা কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close