অসমশীৰ্ষ

সোণাৰিত এন এচ চি এন কেডাৰ আটক

প্ৰথম খবৰ, সোণাৰি: সোণাৰি অসম নাগালেণ্ড সীমান্তৰ টিঙালিবাম চাহ বাগিছাৰ পৰা এজন এন এচ চি এন কেডাৰ আটক৷ সাপেখাতীৰ সেনাৰ দলে সোমবাৰে পুৱা আটক কৰা কেডাৰ জনৰ নাম মানতুন কন্যাক। কেডাৰ জনৰ পৰা এটা পিষ্টল সহ পাঁচ জাই সজিৱ গুলী উদ্ধাৰ৷ বৰ্তমান কেডাৰ জনক সেনাই সোণাৰিৰ আৰক্ষী থানাত চমজাই দিছে।

Related Articles

Leave a Reply

Close