অসম

সোণাৰিত মুখ্যমন্ত্ৰী সভাত ধুমুহাত ক্ষতিগ্ৰস্ত লোকক অনুদান দিয়াৰ নামত দুৰ্নীতিৰ বাবে উপায়ুক্তৰ সংবাদমেল

প্ৰথম খবৰ, সোণাৰি: সোণাৰিত মুখ্যমন্ত্ৰী সভাত ধুমুহাত ক্ষতিগ্ৰস্ত লোকক অনুদান দিয়াৰ নামত যি দুৰ্নীতি সংঘটিত হৈছিল ইয়াৰ পিছতেই দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে চৰাইদেউ উপায়ুক্তই। প্ৰকৃত হিতাধীকাৰী বঞ্চিত হৈছিল সাহাৰ্য পোৱাত। লাট মণ্ডল আৰু গাওঁবুঢ়াৰ বিৰুদ্ধে কঠোৰ চৰাইদেউ জিলা উপায়ুক্ত । ম্যাদ উকলা চেক সমূহ বেংক কতৃপক্ষই গ্ৰহণ কৰিব বুলিও উপায়ুক্তই অৱগত কৰে। উপায়ুক্ত বিবেকানন্দ ফুকনে নিজ কাৰ্যালয়ত সংবাদ মেল অনুষ্ঠিত কৰি এই ঘোষণা কৰে।

Related Articles

Leave a Reply

Close