অসম

সোনাৰী শিক্ষাখণ্ডৰ হিংৰিজান বাগিচা প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষকৰ মৃত্যু

মৰাণৰ পৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি চৰাইদেউ জিলাৰ সোনাৰী শিক্ষাখণ্ডৰ হিংৰিজান বাগিচা প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক Mahendra Sahu (বেতন বঞ্চিত শিক্ষক”Non getting Teacher”) ৰ আজি মৃত্যু হয়। শিক্ষক জনে ২০১২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা দৰমহা পোৱা নাছিল।

তেওঁৰ মৃত্যুত অসম চাহ জনজাতি ছাত্ৰ সন্থা মাহমৰা শাখাই শোক প্ৰকাশ কৰিছে। লগতে অসম চৰকাৰক দাবী জনাইছ যে, বেতন বঞ্চিত শিক্ষক (Non Getting Teachers) ৰ ক্ষেত্ৰত অতি সোনকালে কিবা ভাল পদক্ষেপ ল’ব লাগে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close