অসমখেল

স্পেইনক ধৰাশায়ী কৰি U-17 ত জয়ী হ’ল ইংলেণ্ড

কল্পজ্যোতি শইকীয়াৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰঃ কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ১৭ বছৰৰ অনুৰ্ধৰ ফিফা বিশ্বকাপ ফুটবলৰ ফাইনেল খেলখনিত স্পেইনক পৰাজিত কৰি জয়ৰ মুকুট আজুৰিলে ইংলেণ্ডে। ৫-২ গলৰ ব্যৱধানত জয়ী সাব্যস্ত হ’ল ইংলেণ্ড।

আনহাতে মাত্ৰ দুটা গল দি থমকি ৰ’ল স্পেইন। প্ৰথম বাৰৰ বাবে জয়ী হ’ল ইংলেণ্ডৰ ফুটবল দলটি।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close