অসম

 সৰ্থেবাৰীৰ মাজদিয়াত কৃষক মুক্তিৰ নেতা কৰ্মীক বাধা আৰক্ষীৰ

প্ৰথম খবৰ, চেঙা: কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটীত আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা বৰপেটাৰ কেইবাখনো বাছগাড়ী সৰ্থেবাৰীৰ মাজদিয়াতয়ে আৱদ্ধ কৰি থাকে। কৃষক মুক্তিৰ নেতা আৰু সমৰ্থকে চৰকাৰৰ এনে ফেচীবাদী নীতিৰ বিৰুদ্ধে কৃষক মুক্তি ৰ সমৰ্থক আৰু নেতাই পথ অৱৰোধ কৰে মাজদিয়াত। অখিল গগৈক বিনাচৰ্তে  মুক্তিৰ দাবী প্ৰতিবাদকাৰীৰ। বৰপেটা আৰক্ষীয়ে প্ৰতিবাদকাৰীক আটক কৰিছে।

Related Articles

Leave a Reply

Close