অসম

১২ অক্টোবৰত গহপুৰত অটল অমৃত যোজনাৰ শুভাৰম্ভ

নিউজ ডেস্ক, প্ৰথম খবৰ: অহা ১২ অক্টোবৰৰ দিনৰ ১০ বজাত কলাবাৰী ৰাজহুৱা ভৱনত অসম চৰকাৰৰ অন্যতম এক অভিলাষী আঁচনি “অটল অমৃত যোজনা” ৰ শুভাৰম্ভ কৰিব গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই।

সেইদিনাই বিধায়কগৰাকীৰ উপস্থিতিত ১১ বজাত গহপুৰ ছোৱালী হাইস্কুলত “আনন্দৰাম বৰুৱা বঁটা” প্ৰদান কৰা হ’ব। এই অনুষ্ঠানত সকলো ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকলক উপস্থিতি বিধায়ক বৰাই কামনা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close