অসমশীৰ্ষ

৬ মাহৰ বাবে কাৰাদণ্ড জুবিনৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: ২০১৩ চনত অধিবক্তা পুত্ৰক প্ৰহাৰৰ গোচৰৰ ৰায়ৰ অন্তত ৬ মাহৰ বাবে কাৰাদণ্ড লাভ কৰিলে জুবিন গাৰ্গে। আই পি চি ৰ ৩২৩ আৰু ৫০৬ ধাৰাত দোষী সাব্যস্ত হ’ল জুবিন। কামৰূপ মুখ্য ন্যায়াধীশ আদালতৰ ঘোষনাৰ পিছতে ৬ মাহ কাৰাদণ্ডৰ লগতে ৫০০০ টকাৰ জৰিমনা বিহাৰ ৰায় ন্যায়িক দণ্ডাধীশৰ।

Related Articles

Leave a Reply

Close