অসম

ৰং চেনেলৰ খাপলাং কাই খ্যাত ৰাহুল দাসৰ মৃত্যু

মংগলদৈ /দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: ৰং চেনেলৰ ধাৰাবাহিক ঐ খাপলাং ৰ জনপ্ৰিয় অভিনেতা ৰাহুল দাসৰ  নিশা প্ৰায় ১ বজাত জি এম চি এইছত অকাল বিয়োগ ঘটে। তেওঁৰ নশ্বৰ দেহ আজি দিনৰ ১১ – ১২ বজাৰ ভিতৰত মঙলদৈ আহি পাব বুলি জানিব পৰা গৈছে । জনপ্ৰিয় অভিনেতা ঐ খাপলাং ৰাহুল দাসৰ মৃত্যুত বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে ।

Related Articles

Leave a Reply

Close