অসম

ৰঙিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, ৰঙিয়া: ৰঙিয়া হাইৱে অভাৰ ব্ৰিজৰ সমীপৰ ৰে’ল লাইনৰ কাষত আজি পুৱতি নিশা এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়। স্থানীয় ৰাইজে খবৰ দিয়াত ৰে’ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেটো উদ্ধাৰ কৰে। প্ৰায় ৪৫ বছৰ বয়সৰ মানুহ জনে বগা স্প’ৰ্টিং আৰু মাটিয়া ৰঙৰ পেণ্ট পিন্ধি আছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

Related Articles

Leave a Reply

Close