অসমশীৰ্ষৰাষ্ট্ৰীয়

ৰঙিয়াৰ চিকণিবাৰীৰ ভাৰত-ভূটান সংযোগী ঘাইপথত পথ দূৰ্ঘটনা

প্ৰথম খবৰ, ৰঙিয়া: তীব্ৰবেগী বাছে মহতিয়ালে বাইক। বাইক আৰোহী যুৱক-যুৱতী এহাল থিতাতে নিহত। দূৰ্ঘটনাটোত আন এগৰাকী যুৱতী ও আহত। তামুলপুৰ কালাকুছিত লক্ষ্মী পূজা চাই এখন বাইকত ৰঙিয়াৰ বন্ধুৰ ঘৰত আহি আছিল তিনিওজনে। নিহত দুজনক তামুলপুৰৰ চুমিত বড়ো আৰু প্ৰিয়া চেত্ৰী বুলি চিনাক্ত। আহত যুৱতীগৰাকী হৈছে মাইদাংশ্ৰী বড়ো। দূৰ্ঘটনা সংঘটিত কৰা বাছখনৰ ৰঙিয়া থানাত আত্মসমৰ্পণ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close