অসমবিনোদন

ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰা হ’ল অৰুণ শৰ্মাৰ দ্বাৰা ৰচিত নাট “শ্ৰী নিবাৰণ ভট্টাচাৰ্য্য”

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : অসমৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত “শ্ৰী নিবাৰণ ভট্টাচাৰ্য্য” নামৰ নাটখন মঞ্চস্থ কৰা হয়। নাট্যকাৰ অৰুণ শৰ্মাৰ দ্বাৰা ৰচিত নাটখনৰ পৰিচালনা কৰিছে বাহাৰুল ইছলামে।

নাটখনত অভিনয় কৰে জনপ্ৰিয় অভিনেতা তথা পৰিচালক বাহাৰুল ইছসাং,ইভা মহন্তৰ লগতে ছিগালৰ বহুকেইজন অভিনেতা-অভিনেত্ৰীয়ে। সৰ্বভাৰতীয় নাট্য জগতত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা ছিগাল থিয়েটাৰৰ নাট্যদলটিৰ অভিনয়ে ৰবীন্দ্ৰ ভৱনৰ প্ৰতিজন দৰ্শকক আপ্লুত কৰে।

Related Articles

Leave a Reply

Close