অসমবিনোদন

ৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ শুভাৰম্ভণী

নিউজ ডেস্ক,প্ৰথম খবৰ: আজি মহানগৰীস্থিত মাছখোৱাৰ আই টি আই ত শুভাৰম্ভ হয় ৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ। ২৬অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈকে হ’বলগীয়া উক্ত অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে নাট্য বিশাৰদ দুলাল ৰয়ে। ছিকিম ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰিচালক বিপিন কুমাৰৰ লগতে অসম চৰকাৰৰ পৰিক্ৰমা আৰু সাংস্কৃতিক বিভাগৰ সচিব প্ৰীতম শইকীয়া আৰু পৰাগ শৰ্মা থাকে।

অসমত নাট আৰু নাট্যপ্ৰেমীৰ পৰিসৰ বৃদ্ধিৰ উদ্দেশ্যে এই ৰংগ উৎসৱ গুৱাহাটীৰ লগতে তেজপুৰ আৰু যোৰহাটততো অনুষ্ঠিত কৰা হৈছে।

 

Related Articles

Leave a Reply

Close