বিনোদনৰাষ্ট্ৰীয়

এৰিজ’নাত ছানী লিঅ’নী

এণ্টাৰটেনমেণ্ট ডেস্ক, প্ৰথম খবৰ: বলিউডৰ এংলো-ইণ্ডিয়ান  অভিনেত্ৰী ছানী লিঅ’নী বৰ্তমান ব্যস্ত এৰিজ’নাত। শেহতীভাৱে ছানী লিঅ’নীয়ে এগৰাকী কন্যা সন্তান তুলি লোৱাৰ কথা সকলোৰে জ্ঞাত। দৰাচলতে স্বামী ডিনিয়েল ৱেবাৰ আৰু ছানী লিঅ’নীয়ে পুত্ৰী নিশা ৱেবাৰৰ জন্মদিন উদযাপন কৰিছে এৰিজ’নাত। আজি দুবছৰীয়া হ’ল মোহময়ী অভিনেত্ৰীগৰাকীৰ পুত্ৰী নিশা ৱেবাৰ।

 

Related Articles

Leave a Reply

Close