অসম

কোকৰাঝাৰৰ সভাত ৰবিশংকৰ প্ৰসাদ

মণিকা তালুকদাৰৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: বৃহস্পতিবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপিৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ লগতে ৰাজ্যিক বিজেপিৰ সম্পাদক শিৱনাথ ব্ৰহ্ম। ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ নাথ শৰ্মাই আঁত ধৰা এই সভাত ২০০০তকৈয়ো অধিক বিজেপিৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে।

উক্ত সভাত উপস্থিত থকা বিজেপিৰ কাৰ্যকৰ্তাৰ উৎসাহ দেখি ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে কোকৰাঝাৰত প্ৰতিনিধি দিয়াৰ সম্ভাৱনা ব্যক্ত কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close