বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

পুনৰ বিতৰ্কৰ আৱৰ্তত কংকনা ৰাণৌট

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: বলিউডৰ অভিনেতা আদিত্য পাঞ্চলী আৰু তেওঁৰ পত্নী জেৰিণা ৱাহেবে মানহানিৰ গোচৰ ৰুজু কৰিছে জনপ্ৰিয় অভিনেত্ৰী কংকনা ৰাণৌটৰ বিৰুদ্ধে। মুম্বাইৰ অন্ধেৰীস্থিত ন্যায়ালয়ত গোচৰ তৰে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে।

আদিত্য পাঞ্চলীৰ অভিযোগমতে, কংকনাই ৰাজহুৱাভাৱে কৈছিল ‘মই বলিউডত নতুনকৈ খোজ দিয়াৰ সময়ত আদিত্য পাঞ্চলীয়ে মোৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাইছিল’। এই কথাৰ বাবে মানহানিৰ গোচৰ ৰুজু কৰে আদিত্য আৰু তেওঁৰ পত্নীয়ে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close