শেহতীয়া
Home / বিনোদন / পাপনৰ নতুন অৱতাৰ 

পাপনৰ নতুন অৱতাৰ 

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তক এক নতুন দেখিবলৈ পোৱা যাব। এইবাৰ ৰিয়েলিটী শ্ব’ৰ বিচাৰকৰ ৰূপত পাপনক সকলোৱে দেখিব। জনপ্ৰিয় কণ্ঠশিল্পী তথা অসম সন্তান পাপনে “এণ্ড টিভি”ৰ জনপ্ৰিয় শ্ব’ “দ্য ভইচ কিডছ ছিজন-২”ৰ বিচাৰক হিচাপে থাকিব। ইতিমধ্যে এই ৰিয়েলিটী শ্ব’ৰ শ্বুটিঙ আৰম্ভ হৈছে। শিল্পীগৰাকীৰ নতুন অৱতাৰ চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে শুভাকাংক্ষীসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*