কবিতাসাহিত্য

অভিমান

কংকনা দাস

অভিমানৰ চানেকি আজি

দৃশ্যমান হঠাতে

লুপ্ত অনুৰাগত লিপ্ত

চতফটাই  মনৰ দুৱাৰদলি

সিয়ৰি উঠিছিল

 

অনুৰূপ মন আকাশত

অভিমানৰ বৰষুণ জাকে

তিতি-বুৰি পেলাইছে

গভীৰভাৱে

হৃদয়ত কোনোবাখিনিত অংকিত

স্বপ্নবোৰ বিষাক্ত হ’ল হঠাতে।

 

 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close