Home / বিনোদন / অঘোষিত মহাৰণত বিজয়ী হ’ল ৰাজতিলক থিয়েটাৰ

অঘোষিত মহাৰণত বিজয়ী হ’ল ৰাজতিলক থিয়েটাৰ

ধৃতিমান

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চাঞ্চল্যৰ সৃষ্টি কৰি এইবৰ্ষৰ দৰ্শকৰ সৰ্বোচ্চ সঁহাৰি লাভ কৰা জনপ্ৰিয় তথা  হৃদয়স্পৰ্শী নাট খনেই হল “মৰমে কান্দিছে”  । অঘোষিত মহাৰণ নলবাৰীৰ ৰাস মহোৎসৱত ১১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত নাট মঞ্চস্থ কৰিছিল নাট্যদলটোৱে । অসমৰ সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্য ৰচিত/পৰিচালিত “মৰমে কান্দিছে” নাটকখনে ৫ দিনত প্ৰায় ২৫ লাখ টকা ধন সংগ্ৰহ কৰে !!
উৎকৃষ্ট কাহিনী আৰু বলিষ্ঠ অভিনয়ৰ মনিকাঞ্চন “মৰমে কান্দিছে” ।
নাটখনত অভিনয় কৰিছে মৃদুল ভূঞা , নিৰঞ্জন দাস , প্ৰণৱ শৰ্মা , অঞ্জনজ্যোতি বেজ , বিকাশ ভাৰদ্বাজ , মুনমী কলিতা , পপী পৰ্ণা , ৰুবুল কলিতাৰ লগতে বহুতো ন পুৰণি শিল্পীয়ে ……

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*