অসম

অনাথ তথা পৰিয়ালবিহীন শিশুক ঘৰ প্ৰদান কৰিব সমাজ কল্যাণ বিভাগে

প্ৰথম খবৰ, পেঙেৰী: অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনত ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰদ্বাৰা তিনিচুকীয়া জিলাত থকা অনাথ আৰু পৰিয়াল বিহীন ৬ বছৰৰ পৰা ১৮ বছৰৰ শিশুসকলক একোটিকৈ ঘৰ অথবা পৰিয়াল প্ৰদানৰ পৰিকল্পনা কৰিছে৷ শিশু সুৰক্ষা আইন ২০১৫ৰ অধীনিয়ম অনুসৰি যদি কোনো ব্যক্তি বা পৰিয়ালে তেনে শিশুক প্ৰতিপালন কৰাৰ লগতে যদি কোনো বেচৰকাৰী সংস্থাই যদি সমূহীয়াকৈ শিশুৰ প্ৰতিপালন কৰিব খোজে তেন্তে সেই ব্যক্তি, পৰিয়াল বা সংস্থা সমূহে বিষদ বিবৰণৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰিব৷

ঠিকনাঃ জিলা শিশু সুৰক্ষা বিষয়াৰ কায্যলয়, বৰগুৰি, কালী মন্দিৰৰ সমীপত, জিলা তিনিচুকীয়া অথবা 9854030360 নম্বৰত যোগাযোগ কৰিব পাৰিব৷

Related Articles

Leave a Reply

Close