অসমশীৰ্ষ

অভিনেতা বিজু ফুকনৰ দেহাৱসান

নিউজ ডেস্ক, প্ৰথম খবৰ : অসমৰ জনপ্ৰিয় অভিনেতা বিজু ফুকন আৰু নাই। বুধবাৰে সন্ধিয়া প্ৰায় ৬.১৫ বজাত বজাত গুৱাহাটীৰ এপল’ হাস্পাতালত মৃত্যু হয় অভিনেতাজনৰ। তেখেতৰ মৃত্যুত শিল্পী সমাজৰ লগতে ৰাজ্যজুৰি শোকৰ ছাঁ পৰে।

জনপ্ৰিয় অসমীয়া বোলছবি মন মন্দিৰ, বোৱাৰীকে আদি কৰি বহুকেইখন চিনেমাত অভিনয় কৰিছিল বিজু ফুকনে। তেওঁ অভিনয় কৰা শেষ ছবি দূৰ।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close