অসমশীৰ্ষ

অস্তিত্বৰ সংকটত অসম গৌৰৱ এশিঙীয়া গঁড়, কাজিৰঙাত পুনৰ গড়ঁ হত্যা

কলিয়াবৰৰপৰা গোপাল শইকীয়া, প্ৰথম খবৰ: অস্তিত্বৰ সংকটত ভুগিছে অসম গৌৰৱ এশিঙীয়া গঁড়। পুনৰ গড়ঁ হত্যা কাজিৰঙাত ৷ ৪৮ ঘণ্টাত তিনিটাকৈ গঁড় হত্যা কৰি খৰ্গ লৈ উধাও হ’ল চোৰাং চিকাৰী। একেদিনাই চিকাৰীয়ে হত্যা কৰিলে দুটাকৈ গঁড়৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি বনশিবিৰ এলেকাত যোৱা নিশা মাক- পোৱালী গঁড় নিধন কৰে চোৰাং চিকাৰীয়ে৷ শনিবাৰে নিশা প্ৰায় ১১ মান বজাত সংঘটিত হয় এই গঁড় হত্যা ঘটনা৷ খড়্গলৈ উধাও হৈছে চোৰাং চিকাৰীৰ দল৷

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা একে ঠাইতে চোৰাং চিকাৰীয়ে এটা মতা গড়ঁ হত্যা কৰি কাটি নিছিল খৰ্গ।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close