অসমশীৰ্ষ

অৱশেষত আত্মসমৰ্পন কৰিলে গীতালি দলে আৰু সুনয়না আইদেৱে

নিউজ ডেস্ক, প্ৰথম খবৰ: পলাতক এছচিএছ বিষয়া গীতালি দলে আৰু সুনয়না আইদেৱে অৱশেষত আত্মসমৰ্পন কৰিলে। বিশেষ আদালতত আত্মসমৰ্পন কৰে দুয়োগৰাকী এছচিএছ বিষয়া। আত্মসমৰ্পনৰ পাছতে গ্ৰেপ্তাৰ কৰা হয় দুয়োগৰাকীক। জানিবপৰা মতে, ৰাজেন গোহাঁইৰ আত্মীয় আছিল সুনয়না আইদেউ।  বৰ্তমানলৈকে গ্ৰেপ্তাৰ হোৱা বিষয়াৰ সংখ্যা ২০ জনলৈ বৃদ্ধি পাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close