অসমশীৰ্ষ

আইন সকলোৰে বাবে সমান হব লাগে –ৰিপুণ বৰা

নিউজ ডেস্ক, প্ৰথম খবৰ : যি আইনৰ ভিতৰত মাডানী জগৰীয়া সেই একেই আইনৰ ভিতৰত  শিলাদিত্য,মৃণালো জগৰীয়া হ’ব লাগে – – আজি ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই কথা সদৰি কৰে। তেওঁ লগতে কয় যে আমি মাডানীক সমৰ্থন কৰা নাই, কোনো সাম্প্ৰদায়িক মন্তব্যক আমি সমৰ্থন নকৰো। কিন্তু আইন সকলোৰে বাবে সমান হ’ব লাগে। টোগাড়িয়া, শিলাদিত্যৰ ক্ষেত্ৰটো চৰকাৰে ব্যৱস্থা লওঁক, আমি বিচাৰো মাডানীৰ যি শাস্তি, শিলাদিত্য, মৃণালৰো একে শাস্তি হওঁক।

Related Articles

Leave a Reply

Close